মনত পেলাই অতীতৰ নষ্টালজিক স্মৃতিবোৰ, ভাগৰি পৰিছো মই । ক্ৰোধ আৰু অভিমানৰ এক স্বপ্নবেহুৰ মাজত এখন উদং হৃদয় লৈ জীয়াই আছো । হেৰুৱাব খোজা আৰ্তনাদবোৰে দিছে মোক এক হিমশীতল পৰশ ; বিষাদবোৰেও যেন . . . . . . . আয়োজন কৰিছে এটা দুখৰ উৎসৱ । একাঁজলি ৰ'দৰ আভাস বিচাৰি কঢ়িয়াইছো মাথো দুখৰ চকুপানী ; এখনি নজহা নপমা পৃষ্ঠা অৱলম্বন কৰিছোঁ মাথোঁ মৌনতাৰ . . . . . . . . . . . . . . . . . . ।
Uploaded 1 year ago
The uploaded content will be moved to this newly created album. You must create an account or sign in if you want to edit this album later on.